June 14, 2026 5:42 PM

views 23

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ মন্তব্য

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকৰ দেশৰ স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰিছে। শ্রী গাডকাৰীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত লাখ লাখ লোকে নগদ ধন বহিত স্বাস্থ্য সেৱা লাভ কৰিছে আৰু এই সেৱাৰ পৰিসৰ জ্যেষ্ঠ নাগৰিকলৈও সম্প্ৰসাৰিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে জন ঔষধী কেন্দ্ৰৰ মাধ্যমেৰে কম মূল্যত গুণগত ঔষধ যোগান ধৰা হৈছে। ই-সঞ্জীৱনীৰ দৰে ডিজিটেল মঞ্চ আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে উদ্যমসমূহে দ...