July 26, 2026 10:07 AM
9
চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চি জে পিয়ে তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ কৰিছেঃ কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা
চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চি জে পিয়ে তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ কৰিছে। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত চি জে পি প্রতিনিধি দলৰ সৈতে তৃতীয় লানি আলোচনাত মিলিত হয়। বৈঠকত পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধৰ উপায় সম্পর্কে আলোচনা কৰা হয়। আলোচনাৰ অন্তত চি জে পি প্রতিনিধি দলৰ সৈতে যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্রীনাড্ডাই কয়, যে বৈঠকত চৰকাৰে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ আৰু এজাহাৰ ৰুজু কৰা উচিত নহয় বুলি চি জে পিয়...