September 6, 2026 8:13 PM

views 3

স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবৰ আহ্বান

কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱিক বৈচিত্র্য বর্ড আৰু কেন্দ্রীয় শাসিত অঞ্চল জৈৱ বৈচিত্র্য পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে জনসাধাৰণৰ জৈৱ বৈচিত্র্য পঞ্জীয়নসমূহ স্থানীয় নিকায়সমূহৰ বাবে প্ৰগতিশীল পৰিকল্পনা আহিলাত পৰিণত হ'ব লাগে, যাৰ জৰিয়তে স্থানীয় জৈৱ বৈচিত্র্যৰ বিষয়ে সকলো তথ্য লাভ কৰিব পৰা যায়। স্থানীয় পৰিকল...