October 21, 2026 11:23 AM

views 5

ইউ এ ইৰ উপ-প্রধানমন্ত্রী শেখ আব্দুলা বিন জায়েদ আল নাহিয়ানৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ কালি সামৰণি

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট- ইউ এ ইৰ উপ-প্রধানমন্ত্রী তথা বিদেশমন্ত্রী শেখ আব্দুলা বিন জায়েদ অল নাহিয়ানৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। এই ভ্রমণকালত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ জয়শংকৰে মুম্বাইত উপ-প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত-ইউ এ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, প্রযুক্তি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক...