July 26, 2026 7:57 PM
17
কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ শিক্ষা মন্ত্রী হিচাপে দায়িত্ব গ্রহণ
কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে আজি শিক্ষা মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে। ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ পাছতে কালি শ্রী যোশীক এই পদত নিযুক্তি দিয়া হয়। শ্রী যোশীয়ে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নৱীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্রী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্রী যোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পর্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰ...