November 6, 2026 9:59 AM
15
কলহনৰ ৰাজতৰংগিনি, মহাভাৰত আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীত অন্তৰ্ভূক্ত
কলহনৰ ৰাজতৰংগিনি, মহাভাৰত আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰক ইউনেস্কোৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশ্ব স্মৃতিপঞ্জীত অন্তৰ্ভূক্ত কৰা হৈছে। ইণ্ডোনেছিয়াৰ জাকার্টাত অনুষ্ঠিত একাদশ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই গ্রন্থ অন্তৰ্ভূক্ত কৰাৰ পাছত পঞ্জীত অন্তৰ্ভূক্ত কৰা ভাৰতৰ সাহিত্যিক আৰু বৌদ্ধিক ৰচনাৰ সংখ্যা ৬লৈ বৃদ্ধি পালে। ৰাজতৰংগিনি নামৰ গ্ৰন্থখনত কাশ্মীৰৰ ইতিহাসৰ বৰ্ণনাৰে সমৃদ্ধ আৰু মহাভাৰতত ধৰ্ম, কর্তব্য আৰু মানৱ প্ৰমূল্যৰ কথা কোৱা হৈছে। ইয়াৰ বিপৰীতে কৌটিল্যৰ অৰ্থশাদ্ভূত শাসন ব্যৱস্থা কূটনীতি...