September 17, 2026 4:12 PM
3
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ
পাকিস্তানে সন্ত্রাসবাদীৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ নেতৃত্বক নিৰাপদ আশ্রয় দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত ১১ ছেপ্তেম্বৰৰ ঘটনাৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিষে এই প্ৰসংগত নিৰাপত্তা পৰিষদৰ নিউয়ৰ্কৰ ৯/১১ স্মাৰক ভ্ৰমণৰ বিষয় উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ক ১১ ছেপ্তেম্বৰত সংঘটিত...