September 3, 2026 8:11 PM

views 2

ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে প্রধানমন্ত্ৰীয়ে জনোৱা আহ্বানক ইউক্রেইনৰ স্বাগতম

ইউক্রেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰী চিবিহাই ভাৰতক গোলকীয় শক্তি বুলি অভিহিত কৰি আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে জনোৱা আহ্বানক দেশখনে স্বাগতম জনাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে দেশখনৰ কিভত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰক সাক্ষাৎ কৰি দ্বিপাক্ষিক আলোচনা কৰাৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কূটনীতিৰ জৰিয়তে এই সংঘাত অৱসানৰ বাবে দেশখন সাজু আছে ৰাছিয়াৰ আক্ৰমণত চলিত সপ্তাহত ইউক্রেইন...