August 1, 2026 12:12 PM
6
ব্রিটেইনৰ প্রধানমন্ত্রী এণ্ডি বার্নহামক নতুন পদবীৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্রিটেইনৰ প্রধানমন্ত্রী এণ্ডি বার্নহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্রিটেইনৰ মাজত থকা সর্বাত্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্রযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ সম্পন্ন হোৱা সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্রিটেইনৰ মাজত থকা বাণিজ...