August 7, 2026 7:38 PM

views 10

হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক বিশেষ কার্যসূচী

ৰাজ্যৰ দুর্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠানসমূহৰ সম মানৰ পৰামৰ্শ, প্রশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক এটা বিশেষ কার্যসূচী হাতত লোৱা হৈছে। এই কার্যসূচীত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষার্থী, ট্রিজোছ ফাউণ্ডেছন, টাইম আৰু আই আই টি গুৱাহাটীয়ে একেলগে কাম কৰিব। কাৰ্যসূচীৰ প্ৰথম পর্যায়ত হাইলাকান্দি, লালা, কাটলিচৰা আৰু কাটাখাল অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষার্থী আৰু...