September 8, 2024 11:27 AM

views 17

বেলাৰুচৰ এৰিনা চাবালেংকাই প্ৰথমবাৰৰ বাবে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

বেলাৰুচৰ এৰিনা চাবালেংকাই প্ৰথমবাৰৰ বাবে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। এৰিনাই যোৱানিশা অনুষ্ঠিত ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেচিকা পেগুলাক ৭-৫, ৭-৫ ছেটত পৰাভূত কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ মেক্স পৰ্চেল আৰু জৰ্দান থ'মছনে জাৰ্মানীৰ কেৱিন, ক্ৰাৱিজ আৰু টিম প্যুজক পোনপটীয়া ছেটত পৰাস্ত কৰি পুৰুষৰ ডাবলছৰ খিতাপ হস্তগত কৰে। ইয়াৰ লগে লগে পৰ্চেল আৰু থমছন ১৯৯৬ চনৰ পাছত ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ খিতাপ দখল কৰা প্ৰথমটো অষ্ট্ৰেলিয়ান যুঁটিৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে...