June 27, 2026 10:19 PM

views 21

ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যবান সম্পদ বুলি অভিহিত কৰিছে

ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যবান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত ।  পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰৱঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে চাইব...