June 25, 2026 12:52 PM
11
অসমৰ ১২খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি
অসমৰ ১২ খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আববাচীক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডাঃ ওম প্রকাশক বন, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ সচিব হিচাপে, হোজাইৰ জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক গৃহ বিভাগৰ সচিব, চিৰাঙৰ আয়ুক্ত মধুসূদন নাথ...