December 26, 2024 8:10 PM

views 39

কাইলৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ কাইলৈ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয় পৰিসৰত দিনৰ ১০ বজাৰ পৰা হ'বলগীয়া এই সমাৱৰ্তনত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ, অধ্যাপক এম জগদেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ সভাপতিত্বত হ'বলগীয়া এই সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্ল’মা লাভ কৰা ১৪ গৰাকী, স্নাতক ডিগ্ৰী লাভ কৰা ৪২৮ গৰাকী, স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ৭৩৯ গৰাকী আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰা ১৩১...