October 2, 2026 11:12 AM

views 7

কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ৰ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্রুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত

ধ্রুপদী অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্রুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ভাষা শাখাৰ নিৰ্দেশনাৰ জৰিয়তে এই কথা প্রকাশ কৰা হৈছে। মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ধ্রুপদী ভাষাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন, শৈক্ষিক গৱেষণা আৰু প্ৰচাৰ-প্ৰসাৰৰ কাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ধ্রুপদী অসমীয়া ভাষাৰ উপৰি বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত এই পাঁচটা ধ্রুপদী ভাষ...