June 7, 2026 11:33 AM

views 35

তেজপুৰ লিচু উৎসৱৰ আজি সামৰণি

তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্পেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ ৫২ লাখ টকা পর্যন্ত আর্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্রহণ কৰা হ'ব বুলি প্রকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ ১০ হাজাৰ পৰিয়ালৰ মাজত ২০ হাজাৰ উন্নত জাত...