August 12, 2026 9:58 AM

views 19

নেচনেল বেংক অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত স্পেইনৰ ৰাফেল জ’ডাৰ

নেচনেল বেংক অপেন টেনিছ প্রতিযোগিতাত ২০ সংখ্যক বাছনিপ্ৰাপ্ত স্পেইনৰ ১৯ বছৰীয়া খেলুৱৈ ৰাফেল জ’ডাৰে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জ’ডাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিলছক ৭-৬ (৫), ৬-৩ ফলাফলত পৰাস্ত কৰে।  চলিত বৰ্ষটো ৰেংকিঙত ১৬৮ সংখ্যক স্থানেৰে আৰম্ভ কৰা জ’ডাৰে শেহতীয়াকৈ চকুত লগা প্ৰদৰ্শন কৰাৰ ফলত খেলুৱৈগৰাকীৰ ৰেংকিং ১১ সংখ্যক স্থানলৈ উন্নীত হৈছে। ছেমি ফাইনেলত কাইলৈ নিশা জ’ডাৰ প্ৰতিযোগিতাত ২৮ সংখ্যক বাছনিপ্রাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰ...