August 10, 2026 6:37 PM
13
তামুলপুৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ পালন
আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই উপলক্ষে তামুলপুৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি তামুলপুৰ চৰকাৰী এম ভি স্কুল প্ৰাঙ্গনত জিলাভিত্তিক ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৬ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে জিলা আয়ুক্ত ছিমি কৰণ, ভালেসংখ্যক স্বাস্থ্যকর্মী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ লগতে পেলুজনিত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই বিশেষ দিৱস প...