July 14, 2026 12:58 PM

views 13

চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইনক গ্ৰেপ্তাৰ

২০২০ চনৰ উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আম আদমী পার্টিৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন চাৰিজনক দিল্লীৰ এখন আদালতে দোষী সাৱস্ত্য কৰিছে। অতিৰিক্ত চেচন ন্যায়াধীশ প্রবীণ সিঙে হুছেইনকে ধৰি মুঠ ১১ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্রহণ কৰাৰ পৰৱৰ্তী সময়ত ইয়াৰে পাঁচজনক দোষী সাব্যস্ত কৰে। শত্রুতা, হিংসা ৰ প্ৰচাৰ তথা আক্ৰমণ আৰু হত্যাৰ অভিযোগত আদালতে তাহিৰ হুছেইনক দোষী সাব্যস্ত কৰে। এই গোচৰটো সন্দৰ্ভত দয়ালপুৰ থানাত অংকিতৰ পিতৃ ৰবিন্দৰ...