July 6, 2026 12:27 PM

views 4

ভাৰতৰ অধ্যক্ষতাত গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশন

ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ'বলগীয়া গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা ৮ জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন- ইউ এন চি টি এ ডিৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ, শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰসকলক এই অধিৱেশনে একত্ৰিত কৰি লোৱা সুৰক্ষা আইন আৰু নীতি সম্পৰ্কীয় ন-ন বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সুযোগ দিব বুলি গ্ৰাহক পৰিক্...

January 19, 2026 2:27 PM

views 50

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্রতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰ...

January 20, 2025 12:50 PM

views 52

ছুইজাৰলেণ্ডৰ দাভোছত আজি ৫৫ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা

ছুইজাৰলেণ্ডৰ দাভোছত আজি ৫৫ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আৰম্ভ হ'ব। পাঁচদিনীয়া কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেন্দ্ৰীয় আৰু কেন্দ্ৰ ৰাজ্য মন্ত্ৰীসকল ক্ৰমে চি আৰ পাটিল, কে ৰামমোহন নাইডু, চিৰাগ পাছোৱান আৰু জয়ন্ত চৌধুৰীয়ে ভাৰতক প্রতিনিধিত্ব কৰিব। গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ভাৰতৰ উল্লেখনীয় বিকাশে সম্প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিশ্ব মঞ্চত ভাৰতক আগশাৰীৰ স্থান দিছে। ভাৰতৰ এই বিকাশ তথা ডিজিটেল বিপ্লৱৰ বিষয়ে এইবাৰৰ বাৰ্ষিক সভাত বিশেষ গুৰুত্ব লাভ...