June 13, 2026 1:23 PM

views 31

চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত জৰুৰী নির্দেশনা জাৰি

চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত আফ্রিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্রশাসনে জৰুৰী নির্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লুখৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। জিলা দণ্ডাধীশ ড০ নেহা যাদরে জাৰি কৰা নির্দেশনাটোত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত মাহমৰা ৰাজহ চক্ৰৰ ভিতৰত গাহৰি পালন বা গাহৰি মাংসৰ বিক্ৰী তথা ক্ৰয় কৰা নিষিদ্ধ কৰিছে। যদি কোনো গাহৰিৰ মৃত্যু হয় তেন্তে ততালিকে স্থানীয় পশু চিকিৎসা বিভাগক গাহৰি পা...

November 14, 2025 12:06 PM

views 57

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পর্যন্ত এহেজাৰ ৭০৬টা গাহৰি নিধন কৰিছে। জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা ৯ নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্...