June 27, 2026 12:03 PM

views 14

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬ত অধ্যক্ষতা কৰিব। এই সম্মিলনত গ্রামোন্নয়ন মন্ত্রী, শীর্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সর্বাংগীণ গ্রামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্রস্তুত কৰিব। শ্রীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্...