September 20, 2026 1:06 PM

views 3

বড়ো সংগীত শিল্পী সুলেখা বসুমতাৰীক ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান

বড়ো সংগীত জগতৰ বিশিষ্ট কণ্ঠশিল্পী তথা মেলডী কুইনখ্যাত সুলেখা বসুমতাৰীক এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিজনীৰ ইংখং বেলফেয়াৰ ছ'চাইটীয়ে ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান কৰে। বিজনীৰ পৰা প্ৰকাশিত প্রথমখন বড়ো দৈনিক বাতৰি কাকত সানচেয়াৰী বড়োলেও ইংখংৰ ২৩ সংখ্যক বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাৰ মৌতাৰাৰ ৰৈমালী একাডেমী বিএড মহাবিদ্যালয়ত আয়োজিত এটা বিশেষ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, এখন মানপত্ৰ আৰু এটি স্মাৰক।  একেটা অনুষ্ঠানতেই বিশিষ্ট ৰাজনীতিবিদ...