August 8, 2026 1:29 PM

views 10

সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন

সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন। শৈশৱতে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই ওপজা ঘৰখনতো সংগীতৰ বিশেষ পৰিৱেশ লাভ কৰিছিল। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী হোৱা হেতুকে সৰুৰে পৰাই ঘৰতেই সংগীতৰ চৰ্চা কৰিছিল। মাথো ১০ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত নাহৰ ফুলে নুশুৱায়, বিশ্বৰে ছন্দে ছন্দে আদি বিষ্ণু প্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিত কণ্ঠ নিগৰাইছিল। ১৯৪৭ চনত মহাত্মা গান্ধী অসমলৈ ...