October 22, 2026 5:01 PM

views 2

শিক্ষাত পুঁজি বিনিয়োগ বৃদ্ধি, উন্নত সা-সুবিধাকে ধৰি ভিন্ন দাবীৰে গ্ৰীচত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰাজহুৱা খণ্ডৰ কৰ্মীৰ প্ৰতিবাদী সমদল

শিক্ষাত পুঁজি বিনিয়োগ বৃদ্ধি, বিদ্যালয়সমূহৰ উন্নত সা-সুবিধা শ্ৰেণীৰ পৰিসৰ ক্ষুদ্ৰকৰণ আৰু কাম কৰাৰ পৰিৱেশ অনুকুল কৰি তোলাৰ দাবীৰে গ্ৰীচত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰাজহুৱা খণ্ডৰ কৰ্মীয়ে কালি সমদল উলিয়ায়। গ্ৰীচ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে চেণ্ট্ৰেল এথেন্সত কমেও ১০ হাজাৰ প্ৰতিবাদকাৰী শান্তিপূর্ণভাৱে সমবেত হয় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহতো প্রতিবাদ সাব্যস্ত হয়। সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদকাৰীসকলে গ্ৰীচৰ পৰা ফ্ৰান্সলৈকে তেওঁলোকে ৰাজহুৱা তথা বিনামূলীয়া শিক্ষা বিচাৰে বুলি প্ৰতিবাদী ধনি ...