September 4, 2026 12:48 PM

views 105

ৰাজ্যিক কৃতি শিক্ষক বঁটা ২০২৬ৰ বাবে ১৫গৰাকী শিক্ষকক বাছনি

ৰাজ্যিক কৃতি শিক্ষক বঁটা-২০২৬ৰ বাবে ১৫ গৰাকী শিক্ষকক বাছনি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদনমর্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। যোৰহাট জিলাৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্...