September 16, 2026 7:32 PM
6
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ এছ এছ এ মুকলি
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ভার্চুৱেল ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বচ্ছ সেৱা অংকলন চমুকৈ এছ এছ এ মুকলি কৰে। মন্ত্ৰালয়ে জনায় যে এছ এছ এ হৈছে গ্রামাঞ্চলত অনাময় সেৱা প্ৰদানৰ মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক ডিজিটেল স্বমূল্যায়নৰ পৰিকাঠামো। ইয়াক স্বচ্ছ ভাৰত অভিযান গ্রামীণ ২.০ৰ অধীনত খোৱাপানী আৰু অনাময় ব্যৱস্থা বিভাগে প্ৰস্তুত কৰি উলিয়াইছে। মন্ত্রালয়ে লগতে কয় যে বহুস্তৰীয় পর্যালোচনা পৰিকাঠামোত তৃণমূল পৰ্যায়ত অনাময় সেৱা ব্যৱস্থা সুদৃঢ়...