June 15, 2026 2:21 PM

views 26

শ্ৰীৰাম মন্দিৰত অনুদান আৰু প্ৰসাদৰ অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল

  অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰত অনুদান আৰু প্ৰসাদৰ ক্ষেত্ৰত হোৱা অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তক উদ্দেশ্যি অধিবক্তা অনুপ প্রকাশ অৱস্তিয়ে এই প্রতিনিধিত্ব দাখিল কৰে। ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ দৰে অগ্ৰণী সংস্থাৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিবলৈ আদালতত আহ্বান জনায়...