August 9, 2026 8:26 PM

views 20

শ্রীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে

শ্রীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি হৰ ঘৰ তিৰংগা  অভিযান ৰূপায়ণ কৰা হৈছে। সোমবাৰে শ্রীভূমি চহৰত দিনৰ ১০ বজাত ত্ৰিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আবর্তভবন হৈ জিলা গ্রন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে, অসম ৰাজ্যিক গ্রামীন জীবিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্রস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ১৪ আগষ্ট পর্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ ৩৫টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জিলা...

July 30, 2025 8:33 PM

views 37

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। এনে ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে আজি নিচেই পুৱা শ্ৰীভূমি জিলাত আন্তৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ৭ জন বাংলাদেশী নাগৰিকক আটক কৰে আৰু বাংলাদেশলৈ ঘুৰাই পঠিয়ায়।