July 21, 2026 8:09 PM
5
সোনম ৱাংচুকক শীঘ্ৰেই ছফদজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেডাণ্টা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
দিল্লী উচ্চ ন্যায়ালয়ে সমাজকর্মী সোনম ৱাংচুকক শীঘ্ৰেই নতুন দিল্লীৰ ছফদজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেডাণ্টা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কাৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে ৱাংচুকৰ পত্নী গীতাঞ্জলি আম'ৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নির্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হাস্পতালত ৱাংচুকৰ চিকিৎসা চলি থকা বিষয়টোত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈ প্ৰদান কৰা এটা ৰায়ক প্ৰত্যাহ্বান জনাই বাংচু...