April 1, 2024 8:40 PM

views 67

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ১০২ বছৰীয়া মিজোৰামৰ সৈনিকগৰাকীৰ কালি মৃত্যু ঘটে। তেওঁ ক'হিমা যুদ্ধত প্ৰদৰ্শন কৰা বীৰত্ব তথা জেচামিত মোতায়েন হৈ থকা কালছোৱাত প্ৰথম অসম ৰেজিমেণ্টৰ ঐতিহ্য গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা ভাৰতীয় সেনাৰ ইতিহাসত চিৰকাল খোদিত হৈ থাকিব। প্ৰতিৰক্ষা জন-সম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰে যে, কীর্তিমান কাৰ্য্যকালত চুবেদাৰ থানেচেইয়াই দেশৰ প্ৰতি অসাধাৰণ প্ৰতিশ্ৰুতিবদ্ধতাৰে জন-সমাজত বিশেষ স্থান লাভ কৰি...