July 19, 2026 12:26 PM
4
চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে
চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্র্যালয়ে প্রকাশ কৰা মতে, এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ'ব। অৱশ্যে মেট মিটাৰিং অর্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীকৰণযোগ্য বিদ্যুতৰ অতিৰিক্ত অংশ বৈদ্যুতিক গ্রীডলৈ প্ৰেৰণৰ সুবিধা থকা আৰু অপেন এছেছ আৰ ই পাৱাৰ অৰ্থাৎ বৃহৎ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা উপভোক্তাসকলে স্বতন্ত্র বিদ্যুৎ উৎপাদকৰ পৰা পোনপটীয়াকৈ বিদ্যুৎ ক্ৰয়ৰ ...