July 15, 2026 8:50 PM

views 11

নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ উদযাপন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রী জয়ন্ত চৌধুৰীয়ে কয় যে, দেশক আন্তর্জাতিক দক্ষতা কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বিশ্বাস, সমতা আৰু যুগমীয়া শিক্ষাৰ ওপৰত ভিত্তি কৰি দক্ষতা কেন্দ্ৰীক পৰিবেশতন্ত্র সৃষ্টি কৰা উচিত। নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ তথা স্কিল ইন্ডিয়া অভিযানৰ একাদশ বার্ষিকী উদযাপন ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ বিষয়বস্তু উমৈহতীয়া ভৱিষ্যতৰ বাবে দক্ষতাৰ জৰিয়তে দেশৰ কৰ্মশক্তিক ঘৰুৱা সুবিধাৰ উপৰি গোলকীয় শ্রম বজাৰৰ বাবেও প্রস্তুত কৰি তুলিবলৈ চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতা প্রতিফলিত হৈছ...