September 14, 2024 7:10 PM

views 51

সীতাৰাম য়েচুৰীক বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ শ্রদ্ধাঞ্জলি

চি পি আই-এমৰ সদ্য প্রয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক নতুন দিল্লীত আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শ্রদ্ধাঞ্জলি জনায়। নতুন দিল্লী এইমছত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত কালি ৭২ বছৰ বয়সত প্রবীণ বাওঁপন্থী ৰাজনীতিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। সীতাৰাম য়েছুৰীৰ নশ্বৰ দেহ ৰাজহুৱা দৰ্শন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনলৈ অনা হয়। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধী, এন চি পি শাৰদ গোটৰ মুৰববী শাৰদ পাৱাৰ, ডি এম কেৰ সাংসদ কানিমোঝি, কংগ্ৰেছ নেতা জয়ৰাম ৰম...

September 13, 2024 12:28 PM

views 43

সীতাৰাম য়েচুৰীৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী, গৃহমন্ত্রীৰ গভীৰ শোক প্ৰকাশ

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয়াত য়েচুৰীৰ মৃতদেহ নতুন দিল্লীৰ গোল মার্কেটস্থিত দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত জনসাধাৰণৰ দৰ্শন আৰু শেষ শ্রদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। ইয়াৰ পাছতে নেতাগৰাকীৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি চিকিৎসা গৱ...