July 3, 2026 11:28 AM

views 33

ডামাস্কাছৰ কেফেত হোৱা বোমা বিস্ফোৰণত ৯ জন নিহত ২০ জন আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও ৯ জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায়-প্ৰসাদৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন ২০ গৰাকী লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্রপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই | নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে সমগ্র অঞ্চলটো ঘেৰি ধৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণস্থলীত...

March 8, 2025 8:00 PM

views 64

ছিৰিয়াৰ উপকূলীয় অঞ্চল ছিৰিয়া সেনা আৰু বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু

ছিৰিয়াৰ উপকূলীয় অঞ্চল লাটাকিয়াত আজি পুৱা চিৰিয়া সেনা আৰু উগ্রবাদী সংগঠন বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্রিটেইনত থকা ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধত কমেও ১২০ জন বিদ্রোহীৰ লগতে ৯৩ জন চিৰিয়ান সেনা নিহত হৈছে। তদুপৰি এই সংঘর্ষত কমেও আন ৩৩০ জন লোক নিহত হৈছে। চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্রই কয় যে চৰকাৰী বাহিনীয়ে স্থলভাগৰ ভিভিন্ন অঞ্চলত ক্ষীপ্ৰতাৰে নিয়ন্ত্রণ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাবলেহ নামৰ...