September 2, 2025 8:28 PM
57
শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা এজন ভুৱা চিকিৎসকক আটক
কাছাৰ আৰক্ষীয়ে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰিছে। স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে কৰ্তব্যৰত মীৰ হুছেইন আহমেদ বৰভূঞা নামৰ অভিযুক্ত ভুৱা চিকিৎসকজনৰ ঘৰ কাছাৰ জিলাৰ গণিৰগ্ৰামত। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাট্টাই আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে মতে অভিযুক্ত যুৱকজনে ২৯ আগষ্টৰ পৰা স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসালয়খনত কাম কৰি আৰম্ভ কৰিছিল। চিকিৎসালয়খনৰ কেইজনমান কৰ্মচাৰীৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আজি ভুৱা চিকিৎসকজনক আটক কৰে। এই সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ...