July 28, 2026 11:31 AM

views 6

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট এফ ৫৭ ফাইনেলত ভাৰতৰ শর্মিলা ধনকৰৰ সোণৰ পদক লাভ

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ ৫৭ফাইনেলত ভাৰতৰ শর্মিলা ধনকাৰে দেশলৈ দ্বিতীয়টো স্বর্ণ পদক কঢ়িয়াই আনিছে। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত ২টা সোণ, ৫ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা ১০ টা হৈছেগৈ। ৯.৮১ মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্র'ৰে শর্মিলাই পেৰা এথলেটিকছত ভাৰতৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী হিচাপেও ইতিহাস ৰচনা কৰে। একেটা ইভেন্টতে শিল্পা কে শাইলাক ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত বন্ধুৰি অজয়া বাবুৱে উল্লেখযোগ্য প্রদর্শন আগবঢ়াই ...