September 12, 2026 11:46 AM

views 3

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যত ১৭ ছেপ্টেম্ৱৰৰ পৰা সেৱা সংকল্প অভিযান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান- জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্...