September 25, 2026 11:20 AM
4
বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি
কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি কৰিব। শিক্ষা মন্ত্র্যালয়ে কৈছে যে এই পদক্ষেপে যুৱক-যুৱতীসকলক তেওঁলোকৰ ওচৰ-পাজৰৰ সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে এই সমস্যাসমূহৰ সমাধান বিকশাই তোলাৰ বাবে উৎসাহিত কৰিব। সমস্যাৰ সমাধান সমূহ পৰীক্ষা কৰাৰ লগতে উন্নত কৰি ফলপ্রসূভাবে ৰূপায়ন কৰিব পৰা যাব। এই প্রত্যাহ্বানে বিদ্যালয়, উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান, পলিটেকনিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক একগোট কৰিব। উল্লেখযোগ্য যে, এই প...