September 20, 2026 11:35 AM

views 4

ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ সফল সামৰণি

নতুন দিল্লীৰ য়শোভূমিত অনুষ্ঠিত ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ কালি সফলভাবে সামৰণি পৰে। ছিলিকন টু ছিষ্টেম: বিল্ডিং দ্যা ইক'ছিষ্টেম বিষয়বস্তুৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত ৬০০ৰো অধিক প্রদর্শকে অংশগ্রহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় অংশগ্রহণকাৰী, ৫২ খন দেশৰ প্ৰতিনিধি আৰু ডেৰশ জনতকৈ অধিক বক্তা আছিল।  জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নেডাৰলেণ্ডছ, ছিংগাপুৰ আৰু ছুইডেনক প্রতিনিধিত্ব কৰা ৬ খন পেভিলিয়নৰ লগতে ১২ খন দেশীয় পেভিলিয়নত ছেমি কণ্ডাক্টৰ মূল্য শৃংখ...