September 1, 2025 8:18 PM

views 36

কাইলৈ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব। দেশত বহনক্ষম অর্ধপৰিবাহী অৰ্থব্যৱস্থা গঢ়ি তোলাৰ বাবে ৩ দিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত চেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অগ্ৰগতি স্মার্ট মেনুফেক্সৰিং, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱন গৱেষণা আৰু বিকাশ, বিনিয়োগৰ সুবিধা, ৰাজ্যিক পৰ্যায়ৰ আঁচনি ৰূপায়ণ আদি সন্দৰ্ভত আলোচনা কৰা হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ এই সন্মিলনত ভাগ লব। ৪৮ খনৰো অধিক দেশৰ দুহেজাৰ ৫০০ ৰো অধিক লোকৰ সৈতে এই সন...

August 23, 2025 1:43 PM

views 42

২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি কৰিব। তিনিদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত মাইক্ৰ' ইলেকট্ৰনিকছ আৰু ছেমি কণ্ডাক্টৰৰ মূল্য শৃংখলত দেশৰ ক্ৰমবৰ্ধমান সামৰ্থ আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত এখন সংবাদ মাধ্যমক সম্বোধন কৰি ইলেকট্রনিক আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে প্রথমবাৰৰ বাবে এই প্ৰদৰ্শনীত জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াৰ দৰে আন্তঃৰাষ্...