June 17, 2026 2:05 PM
13
অসমৰ কেইবাগৰাকীও বিজ্ঞানীৰ বিশ্বৰ ৫% শ্রেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ
অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ পাঁচ শতাংশ শ্রেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ চাৰিগৰাকী গৱেষক অধ্যাপক প্রদীপ ফুকন, ৬০ ৰঞ্জিত ঠাকুৰীয়া, ড° ত্রিদীপ কুমাৰ গোস্বামী আৰু ড° অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত বিশ্বৰ শীর্ষ পাঁচ শতাংশ বিজ্ঞানী সম্পর্কীয় এটা গোলকীয় প'র্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী, তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ড° প্ৰণৱানন্দ ভট্টাচার্...