July 10, 2024 8:09 PM

views 59

বিবাহ বিচ্ছেদিত মুছলিম মহিলাই স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে কৈছে যে, ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত মুছলিম মহিলাসকলৰ স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে। ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত বিবাহ বিচ্চেদিত পত্নীক খোৰাকী প্ৰদানৰ বাবে দিয়া নিৰ্দেশৰ বিৰুদ্ধে এগৰাকী ব্যক্তিয়ে দাখিল কৰা আবেদন খাৰিজ কৰি ন্যায়াধীশ বি ভি নাগৰত্না আৰু আগষ্টিন জর্জ মছিহক লৈ গঠিত এখন বিচাৰপীঠে এইদৰে ৰায় দিয়ে। বিচাৰপীঠখনে লগতে আবেদন বিচৰাধীন হৈ থকা অৱস্থাত কোনো মহিলাক বিবাহ বিচ্ছেদ প্রদান কৰিলে তেওঁ ২০১৯ চনত বিবাহ অধিকাৰ সংৰক্ষণ আইনৰ সহা...

April 24, 2024 8:47 PM

views 30

ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে আজি শুনানীৰ সময়ত ই ভি এমৰ কাম-কাজক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্রশ্ন সোধে। আয়োগে কোনো পর্যায়তে ই ভি এমত বেমেজালি কৰাটো অসম্ভৱ বুলি আশ্বাস প্ৰদান কৰে। আয়োগে কয় যে, বৰ্তমানলৈকে ৪১ হাজাৰ ৬২৯ বাত ৪ কোটিৰো অধিক ভিভি পেট শ্লিপ মিলাই চোৱা হৈছে। ...