January 6, 2026 7:45 AM

views 33

সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ...

December 9, 2024 1:29 PM

views 50

আজি সৰুপথাৰ সম-জিলাত ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন মুখ্যমন্ত্রীৰ

সৰুপথাৰ সম-জিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে সৰুপথাৰ সম-জিলা অসামৰিক চিকিৎসালয় উদ্বোধন কৰা হয়। https://x.com/himantabiswa/status/1866016393457520783 এই চিকিৎসালয়খনত ৯ টা বহিঃ বিভাগীয় কক্ষ, দুটা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। অনুষ্ঠানত ২ কোটি টকা ব্যয়সাপেক্ষে সৰুপথাৰ গ্ৰাম্য ষ্টেডিয়াম আৰু সৰুপথাৰ ইন্দোৰ ষ্টে...