September 20, 2026 8:07 PM

views 96

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ উপলক্ষে বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ'ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহত ইতিমধ্যে শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙ্গি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধর্মালোচনা সভাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি প্রথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম-প্রসঙ্গ, ধর্ম-ধ্বজা উত্তোলন, বৰগীত, চিত্রাংকণ আৰু দিহা ...

October 2, 2025 1:10 PM

views 155

ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ উদযাপন

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হয়। সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্রবা সত্ৰতো আজি ৫৭৭ সংখ্যক জয়ন্তী উপলক্ষে ...