September 14, 2026 12:15 PM

views 2

অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজনৰ কথা কালি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱা যাত্ৰাৰ ২৫ বর্ষপূর্তি আৰু ২০৪৭ চনৰ ভিতৰত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই অভিযান চলোৱা হ'ব। মুম্বাইত কালি এখন সংবাদমেলত শ্ৰীশ্বাহে কয়, যে সমগ্র দেশতে বিজেপি, এন ডি এৰ অংশীদাৰসকল, স্বেচ্ছাসেৱী সংস্থা আৰু নাগৰিকসকলে এই অভিযানৰ আয়োজন কৰিব। প্ৰতিখন ৰাজ্য, কেন্দ্রীয়শ...