October 14, 2026 12:25 PM

views 8

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক আলোচনা সঠিক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক আলোচনা সঠিক দিশত আগবাঢ়িছে আৰু এই সন্দৰ্ভত সম্প্ৰতি এটা চুক্তি সাজু কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত 'ব্লুমবার্গ নিউ ইকনমি ফ'ৰাম' শীৰ্ষক অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয় যে উভয় দেশৰ বাণিজ্য মন্ত্ৰীসকলে এই বিষয়ত কাম কৰি আছে আৰু দুয়োখন দেশ বাণিজ্য চুক্তিৰ বাবে আলোচনাৰ প্ৰক্ৰিয়াত ভালেখিনি আগবাঢ়িছে। এটা প্ৰশ্নৰ উত্তৰত ড০ জয়শংকৰে জোৰ দি কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে ...

September 15, 2026 12:52 PM

views 10

ভিয়েটনাম, ভাৰত মহাসাগৰ, আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি, আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয়, মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত অনুষ্ঠিত ঊনবিংশ ভাৰত-ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে । ড০ জয়শংকৰে কয়, যে এই বৈঠক দুয়োদেশৰ মাজৰ বাণিজ্যিক, অর্থনৈতিক, বৈজ্ঞানিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ এটা সুন্দৰ সুযোগ। সামাজিক মাধ্যমৰ...

July 14, 2025 8:36 PM

views 54

ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

 ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ উপস্থিতিত বেইজিঙত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে। শ্ৰীজয়শংকৰে কয়, যে দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত বিগত ৯ মাহত যথেষ্ট অগ্রগতি লাভ কৰিছে। তেওঁ কয় যে সীমান্তৰ উত্তেজনা হ্ৰাস কৰি শান্তি স্থাপন কৰাৰ ফলতেই দুয়োদেশৰ সম্পৰ্কই এই অগ্রগতি লাভ কৰিছে। ড° জয়শংকৰে পাৰস্পৰিক কৌশলগত বুজাবুজি আৰু দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ ক্ষেত্ৰত এই অগ্ৰগতিত গুৰুত্ব প...