June 30, 2026 7:58 PM
11
২৬ খনৰো অধিক দেশৰ সৈতে ২৮ খন প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত ভাৰতৰ স্বাক্ষৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে ভাৰতে ২৬ খনৰো অধিক দেশৰ সৈতে ২৮ খন প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁ অবৈধ প্ৰব্ৰজন, শোষণমূলক প্রথা, প্রবঞ্চনামূলক মধ্যস্থতাকাৰী আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সামুহিক দায়ৱদ্ধতাৰ কথা উল্লেখ কৰে। তেওঁ নতুন দিল্লীত আজি মানৱ সম্পদ গতিশীলতা মঞ্চত ভাষণ দি এই কথা উল্লেখ কৰে। তেওঁ প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ বাবে ডিজিটেল ব্যৱস্থা আৰু সঁজুলি ব্যৱহাৰৰ কথা প্ৰকাশ কৰে। ড০ জয়শংকৰে কয়, যে ই-প্ৰব্...