June 13, 2026 1:28 PM

views 10

মাজুলীত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্রিক পথ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া চৰকাৰী নির্দেশনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতংভাবে পর্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সকলো বিভাগকে একত্রিতভাবে কাম কৰাৰ নিৰ্দেশ দিয়ে। যান-বাহনৰ নিয়ম উলংঘাকাৰী চালকৰ বিৰুদ্ধে পৰিবহণ আৰু আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ...