November 14, 2026 11:23 AM
4
চলিত বৰ্ষৰ অক্টোবৰ মাহত প্রায় ৮৪৮ কোটি টকা মূল্যৰ ৰপ্তানিৰে দেশৰ সৰ্বকালৰ সৰ্বোচ্চ অভিলেখ
ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত চলিত বৰ্ষৰ অক্টোবৰ মাহত প্রায় ৮৪৮ কোটি টকা মূল্যৰ ৰপ্তানিৰে এই ক্ষেত্ৰত সৰ্বকালৰ সৰ্বোচ্চ ৰেকৰ্ড গঢ়ি তুলিছে। কালি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে এইদৰে উল্লেখ কৰে। দেশৰ ৰপ্তানিৰ ওপৰত আস্থা প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চলিত বর্ষত এক ট্রিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে। সংঘাত আৰু বিশ্ব বাণিজ্যৰ অনিশ্চয়তাৰ মাজতো চলিত বৰ্ষৰ ভিতৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য...